এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ
নিজে চেষ্টা কৰাঃ
তলৰ সমীকৰণবোৰৰপৰা এটা চলকযুক্ত এক ঘাতৰ সমীকৰণবোৰ চিনাক্ত কৰাঃ (a, b, c, p, q ধ্ৰুৱক)
(i) 5x + 3y -7 = 9
উত্তৰঃ নহয় ৷
(ii) 5m -8 = 0
উত্তৰঃ হয় ৷
(iii) 5 = 3l
উত্তৰঃ হয় ৷
(iv) x² - 9y + 11 = 9
উত্তৰঃ নহয় ৷
(v) ax² + bx + c = 0
উত্তৰঃ নহয় ৷
(vi) px + q = 10
উত্তৰঃ হয় ৷
(vii) a²x + b = 0
উত্তৰঃ হয় ৷
(viii) ax² + b = 0
উত্তৰঃ নহয় ৷
(ix) y = 0
উত্তৰঃ হয় ৷
(x) z = p³
উত্তৰঃ হয় ৷
(xi) 3y + 8 = 3y - 2
উত্তৰঃ নহয় ৷
(xii) 5z = -z + 6
উত্তৰঃ হয় ৷
অনুশীলনী 2.1
1. তলত দিয়া সমীকৰণবোৰ সমাধান কৰাঃ
(i) 4x + 5 = 21
সমাধানঃ
4x + 5 = 21
=> 4x = 21 - 5
=> 4x = 16
=> x = 16/4
=> x = 4
(ii) 17y - 3 = 48
সমাধানঃ
17y - 3 = 48
=> 17y = 48 + 3
=> 17y = 51
=> y = 51/17
=> y = 3
(iii) -8 + 2x = -4
সমাধানঃ
-8 + 2x = -4
=> 2x = -4 + 8
=> 2x = 4
=> x = 4/2
=> x = 2
(iv) 6x/7 = 42
সমাধানঃ
6x/7 = 42
=> 6x = 42 x 7
=> x = 42 x 7 / 6
=> x = 7 x 7
=> x = 49
(v) 6y/ 11 = 54/99
সমাধানঃ
6y/ 11 = 54/99
=> 6y = 54/99 x 11
=> 6y = 54/9
=> 6y = 6
=> y = 6/6
=> y = 1
(vi) 3x = 180 + 6x
সমাধানঃ
3x = 180 + 6x
=> 3x - 6x = 180
=> -3x = 180
=> x = 180/ -3
=> x = -60
(vii) 2x + 3 = x + 4
সমাধানঃ
2x + 3 = x + 4
=> 2x - x = 4 - 3
=> x = 1
(viii) 2 - 5x = 3x -9
সমাধানঃ
2 - 5x = 3x -9
=> -5x -3x = -9 -2
=> -8x = -11
=> x = 11/8
(ix) 5( p -3 ) = 3 ( p + 2 )
সমাধানঃ
5( p -3 ) = 3 ( p + 2 )
=> 5 x p - 5 x 3 = 3 x p + 3 x 2
=>5p -15 = 3p + 6
=> 5p - 3p = 6 + 15
=> 2p = 21
=> p = 21/2
(x) 3 / 4y = -9
সমাধানঃ
3 / 4y = -9
=> 3 = -9 x 4y
=> 3 = -36y
=> 3/-36 = y
=> 1/-12 = y
=> y = -1/12
(xi) 4x /5 + 1 = 7 / 15
সমাধানঃ
4x /5 + 1 = 7 / 15
=> 4x/5 = 7/15 -1
=> 4x/5 = 7-15/15
=> 4x = -8/15 x 5
=> 4x = -8/3
=> x = -8/3 x 4
=> x = -2/3
(xii) 17x / 3 - 16/9 = 2
সমাধানঃ
17x / 3 - 16/9 = 2
=> 17x/3 = 2 + 16/9
=> 17x/3 = 18 + 16/ 9
=> 17x/3 = 34/9
=> 17x/3 = 34/9 x 3
=> 17x = 34/3
=> 17x = 34/3 x 17
=> x = 2/3
2. তলৰ প্ৰত্যেকটো সমীকৰণৰ লগত চলকৰ কিছুমান মান দিয়া হৈছে ৷ এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা ৷
(i) 2x - 4 = 0 ; x = 1 , 2 , -2
সমাধানঃ
যদি x =1
∴ 2x - 4
= 2 x 1 - 4
= 2 - 4
= -2 ( নহয় )
যদি x = 2
∴ 2x - 4
= 2 x 2 - 4
= 4 - 4
= 0 ( হয় )
যদি x = -2
∴ 2x - 4
= 2 ( -2) - 4
= -4 - 4
= - 8 ( নহয় )
(ii) 11y + 5 = -6 ; y = 0 , 1 , -1
সমাধানঃ
যদি y = 0
∴ 11y + 5 = -6
=> 11 x 0 + 5 = -6
=> 0 + 5 = -6
=> 5 ≠ -6 ( নহয় )
যদি y = 1
∴ 11y + 5 = -6
=> 11 x 1 + 5 = -6
=> 11 + 5 = -6
=> 16 ≠ -6 ( নহয় )
যদি y = -1
∴ 11y + 5 = -6
=> 11 x ( -1) + 5 = -6
=> -11 + 5 = -6
=> -6 = -6 ( হয় )
(iii) 3y/5 = 3 ; y = 3 , -3, 5
(iv) x + 5 = 7 - x ; x = 1 , -1, 2
(v) 2x + 1/3 = 1 ; x = 1/-2 , 1/2 , 1/3
(vi) 10p - 4 = 4( 2p + 1 ) ; p = 2, 4, -4
0 Comments